Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Black Beauty In Assamese ক'লা ছোৱালীৰ সৌন্দৰ্য্য

1 min read
assamese story black girl assamese quote

Black Beauty In Assamese ক'লা ছোৱালীৰ সৌন্দৰ্য্য

Assamese  motivational status for whatsapp and facebook story

ক'লা ছোৱালীবোৰ সাজি কাচি কৰবাত ওলোৱাৰ অধিকাৰ নাই। কাৰন সাজি কাচি ওলালে সিহতক আৰু বেয়া দেখি ।মানুহে পত্নী ,প্রেমিকা, গার্লফ্রেন্ড সকলোৰে গাৰ ৰংটো বগা  হোৱাটো বিছাৰে , নহলে  সিহঁতৰ বন্ধু মহলৰ আগত সম্মান  নাথাকিব..!!যিয়ে ডাঙৰ ডাঙৰ ডায়লগ মাৰি কয় " ধুৰ সেইজনী বাদ দে তাইৰ দেহত সকলো আটা ময়দাৰ কমাল "।সিহতক কিছু প্রশ্ন কৰিছো ?
  • ৰাষ্টাৰ ইটো সিটো পাৰ হোৱা সময়ত কেতিয়াবা কিচকিচিয়া ক'লা ছোৱালী এজনীৰ হাতত ধৰি পাৰ হৈছানে ?
  • কেতিয়াবা কোনো কলা ছোৱালীৰ চকুলৈ চাই কৈছা ,মোৰ চকুত তুমি সকলোতকৈ সুন্দৰী?
  • কেতিয়াবা কোনো ক'লা ছোৱালীৰ বাবে তুমি কান্দিছা ?
  • সেই ছোৱালীজনী অসুস্থ হলে ওৰেটো ৰাতি তাইৰ বাবে জানো অপেক্ষা কৰিছা?
  • কেতিয়াবা কোনো ক'লা ছোৱালীজনীক কৈছা নে, ৰঙা শাৰীত তোমাক দেৱী যেন লাগে?
  • কেতিয়াবা কোনো ক'লা ছোৱালীজনীক সঁচা প্ৰেম কৰিছানে ?
  • বিয়াৰ সময়ত মা দেউতাত কোনোৱে কৈছানে ,
  • "মোৰ বাবে এজনী ক'লা ছোৱালী আনি দিয়া যাৰ ৰূপৰ আলোক নহলেওঁ মনৰ পোহৰেৰে আমাৰ সংসাৰখন আলোকিত কৰিব ।" কৈছানে কেতিয়াবা ?
১০০ জনৰ ৯৮ শতাংশ ল'ৰাৰ উত্তৰ হব No | কাৰণ ক'লা ছোৱালীক লৈ কোনো কবিতা ৰচনা কৰা নহয়। তাই কোনো গল্পৰ নায়িকা নহয়। সিহঁতক কোনেও সঁচা সপোন দেখুৱাবলৈ নোখোজে। সিহঁতৰ বাবে এইবোৰ হয় "মিছা "।
সেয়া হলেতো বন্ধু মহলত  সম্মান  নাথাকিব ।কোনে মেকআপ কৰা অসুন্দৰ ছোৱালীজনীজনীক লৈ কমেন্ট মাৰিব। হয়তো মেকআপকৰ কেনো প্ৰয়োজনেই নাই। কিন্তু কিয় নিজকে সাজিবলৈ বাধ্য হয় ? কাৰন, বাধ্য কৰা হয়। কাৰোবাক অপমান বা কষ্ট দিয়াৰ  আগেয়ে এবাৰ  ভাবি চোৱা , কোনো প্ৰকাৰে তুমি নিজেও দায়ী নহয়তো?

"মই  অসুন্দৰ.. তাত মোৰ দোষ কি? তেতিয়া হলেতো নিজকে মই  নিখুঁত ভাবে সৃষ্টি কৰিলোহেতেন ".।
অথচ এই অবুজ মানুহবোৰে নুবুজে ,"সৌন্দর্য, এক মৰীচিকা"!! তোমাৰ আশে পাশে এনে কিমান সুন্দৰী আছে যিসকলৰ এজনীৰো ক'লা  ছোৱালীৰ সমান  একো যোগ্যতা নাই ।

বিশ্বাস কৰা

-ভাবানুবাদ
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

You may like these posts

6 comments

  1. 6 years
    bohut dhunia
    1. 4 years
      thank you . please share this assamese story with your friends
  2. 6 years
    Vl lglee pohi
    1. 4 years
      thank you . share this Assamese story with your friends. visit our blog for more assamese poem assamese quotes
  3. 6 years
    Bohut vl lagil pohi
    1. 4 years
      hi thank you for this . we have updated more assamese poem assamese article on our blog. please read and share with your friends