Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Best Dating Tips In Assamese Language | Assamese Love Tips

Assamese love tips, assamese relationship advice, assamese gf , bf , Seni kenekoi Khabo
3 min read
Assamese Love Relationship | Assamese Love Tips


প্রথম ডেটিংত যাব ? Dating Tips In Assamese Language

ফাষ্ট ডেটিঙৰ ১০টা টিপচ। একমাত্ৰ ল'ৰাসকলৰ বাবে | Assamese Relationship Advice

  1.  পেন্টৰ তলত জাঙ্গিয়া নিপিন্ধাকৈ ভুলতো নাযাব। মোৰ জাঙ্গিয়া পিন্ধাৰ অভ্যাস নাছিল। সেয়ে প্ৰথম ডেটিংত নিপিন্ধাকৈ গৈছিলো। পিছত যেতিয়া তাই মোৰ হাতত ধৰিলে তেতিয়া বুজি পালো পুৰুষে জাঙ্গিয়া পিন্ধাটো কিমান জৰুৰী। 
  2.  সুন্দৰ পৰিপাটি হৈ দেখা কৰিবলৈ যাব, প্ৰয়োজন হলে বেবী পাউডাৰো লগাব। জেইচি পঢ়ি বহুতে বেবী পাউডাৰ পচন্দ কৰিবলৈ আৰম্ভ কৰিছে । লগত ফুল নতুবা চকলেট নিবলৈ নাপাহৰিব। ছোৱালীয়ে ফুলৰ লগতে চকলেটো খুবেই পচন্দ কৰে 
  3.  ছোৱালীজনী দেখাৰ লগে লগে কব (দেখাত ধুনীয়া নহলেও কব ) "তোমাক বহুত ধুনীয়া লাগিছে ।🤣
  4.  ছোৱালীজনীৰ ড্রেছৰ প্রশংসা কৰিব: "Woww.. তোমাৰ ড্রেচটো ইমান সুন্দৰ। ক'ৰ পৰা লৈছিলা। এই ড্ৰেছত তোমাক একেবাৰে গর্জিয়াচ লাগিছে ।
  5.  ছোৱালীৰ আগত ভুলতেও টিপা টিপি নকৰিব। তেতিয়াহলে খং কৰিব। ফোনটো চাইলেণ্টত থৈ দিয়ক। আৰু আপোনাৰ গোটেই Attention তাইৰ ওপৰত দিয়ক ।😎
  6.  কথাৰ মাজে মাজে তাই পৰিহিত অন্য সম্পদ বোৰ (Like, কানৰ কানফুলি, ঘড়ী, আঙঠি , ড্রেছ ইত্যাদিৰ) প্রশংসা কৰিব । যেনে: "তোমাৰ কাণৰযোৰ ইমান সুন্দৰ। "তোমাৰ হাতত ঘড়ী পিন্ধিলে ধুনীয়া লাগে । "আচ্ছা তোমাৰ হাতৰ আঙঠিটো কি ডায়মণ্ডৰ !! ইমান জকমক কৰিছে যে ?(ছোৱালী তেতিয়া আনন্দক আপ্লুত হৈ কব "পুজাত এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলো ")। 
  7.  ছোৱালীজনীয়ে নাকত চুংগি পিন্ধা থাকিলে কব "Woww so cuts your nose pin. তোমাৰ নাকৰ চুংগিটো মজা লাগিছে । ছিৰিয়াছলি চুংগি পিন্ধিলে তোমাক একেবাৰে বেলেগ যেন লাগে ইম্মানননননন cuteee.... (এইদৰে ধুনীয়া কৈ কথা কৈ থাকিব। আপোনাৰ চেনিৰ প্ৰতিভা দেখুৱাই দিয়ক। মনত ৰাখিব 'ছোৱালীক যিমানেই ওপৰলৈ তুলি দিব তাই সিমানেই আপোনাক পচন্দ কৰিবলৈ লব) 
  8. ৰিক্সা বা ৰেস্তোৰাত দুয়োজন লগালগিকৈ বহিব! তেতিয়া ছোৱালীৰ সৈতে গা ঘহাঘহি নকৰিব। নহলে ছোৱালীয়ে আপোনাক লম্পট বুলি ভাবিব। 😖 So be control yourself. And waiting for the correct time. সময়লৈ অপেক্ষা কৰক because অপেক্ষাৰ ফল মিঠা । সুযোগ আপোনাৰো আহিব ।😉 আপনাক ভৰসাৰ পাত্র যেন লাগিলে নিজেই আপনাক সুযোগ দিব, So no মক্কেলামি !!😒 আৰু এতিয়া আপুনি এনে কৰক যেন 'ভজা মাছটো খাবও নাজানে । ধোৱা তুলসীৰ পাত , হলিৰাম !!🐸
  9. তাৰপিছত যেতিয়া তাই আপোনাক হাত ধৰাৰ সুযোগ দিব! তেতিয়া তাইৰ হাত ধৰাৰ লগে লগে কব (ছোৱালীজনীৰ হাতখন লো ৰ দৰে কঠিন হলেও কব ) "আৱা তোমাৰ হাতখন ইমান নৰম !😝 মানুহৰ হাত ইমাণ কোমল হব পাৰে তোমাৰ হাতখন নধৰিলে হয়তো বিশ্বাস নহলহেঁতেন।" 
  10. আগৰ দৰে থাকক !!😷 মানে আগৰ দৰে ছোৱালীৰ প্রশংসা কৰাত ব্যাস্ত হৈ পৰক । তাইৰ কথাবোৰ মনযোগেৰে শুনক আৰু প্ৰতিটো কথাত একমত পোষন কৰক.। 

যেনে: ছোৱালীজনীয়ে যদি কয় "সূর্য দক্ষিণ পিনে উদয় হয় । অথবা " মই জেইচিৰ ৰ পৰা মেডিকেল পাছ কৰিলো ।নতুবা " মেডিকেলৰ পৰা ইঞ্জিনিয়াৰিং শেষ কৰিছো ইত্যাদি!!" তেতিয়াও তাইৰ সৈতে একমত পোষন কৰিব ।🤣 কোনো ভাবেই বালিকাৰ কথাৰ বিৰুদ্ধে নাযাব। নহলে আপোনাৰ "প্রথম দেখা'ই - 'শেষ দেখা" হৈ যাব।🤣 মানে ৰিলেশ্ব্যন কৰাৰ আগেই ব্রেকআপ হৈ যাব।

আৰু কথাৰ মাজে মাজে ছোৱালীৰ প্রশংসা কৰিবলৈ নাপাহৰিব । যিয়েই নহওক প্ৰশংসা কৰক ।🤣 নহলে তোমাৰ কপালত গার্লফ্রেন্ড নাই.. আজীৱন মোৰ দৰে চিংগল হৈ থাকিব লাগিব। 

(তলৰ হোৱাটচএপ/ ফেচবুক বুটামত ক্লিক কৰি বন্ধুসকলকো শ্বেয়াৰ কৰক) 

Please write A comment below.

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

You may like these posts

  • ভাৰতত প্ৰথমখন বিলাতী ওৱাইন চপ First Wine Shop In India ভাৰতত মদ বা সুৰাৰ প্ৰচলন কেতিয়াৰ পৰা হয় সঠিক ভাবে জনা নাযায় যদিও প্ৰাচীন ৰজা মহাৰজা সকলৰ কাহিনীত বিশেষ আমোদ প্ৰমোদ বা সৈন…
  • 15 Best Apps for Students in 2024 Hey folks! 🎓 If you're searching for the best apps for students , you've landed in the right place. In today's fastpaced academic envi…
  • Every assamese should know কাক কি বুলি জানো১) অগ্নিকবি : কমলাকান্ত ভট্রাচার্য২) অতিন্দ্রিয়বাদী কবি : নলিনীবালা দেৱী৩) অভিনয়াচার্য : ব্রজনাথ শর্মা৪) অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰ…
  • Best Job Sites In Assam: Assam Career Latest Job In Assam Hey there, job seekers! Are you on the hunt for the perfect job in Assam? Well, you're in…
  • Some Facts About Indian Flag In Assamese আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বিষয়ে এইবোৰ কথা আপুনি জানিছিল নে Independence Day Assamese Article About Indian Flag বন্ধুসকল এখন  দেশৰ…
  • Hi, In this post you will get to know 7 National Parks in Assam with google map locations and facts about them. Assam is one of the seven sisters of India, located in…

Post a Comment