Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Assamese Whatsapp Status | Assamese Sms | Emotional Status

2 min read
Assamese Whatsapp Status | Assamese Sms | Emotional Status

Assamese Whatsapp Status | Assamese Sms | Emotional Status

তোমাৰ  দেউতা মায়ে যদি বিচাৰে যে ডাক্তৰ -ইঞ্জিনিয়াৰ ল'ৰাৰ বাদে আন ল'ৰাৰ  সৈতে  তোমাক  বিয়া নিদিয়ে , তেতিয়াহলে দয়া কৰি ডাক্তৰ -ইঞ্জিনিয়াৰ বাদে কাৰো  সৈতে  প্রেম কৰি  "পিছত দেখা যাব" - টাইপ অনিশ্চয়তা লৈ নিজৰ আৰু আনৰ জীৱন এটা নষ্ট নকৰিব

কোনো মানে নাই !!ইয়াত  'ডাক্তৰ - ইঞ্জিনিয়াৰ এটা উদাহৰণ হে ... যি কোনো পেছা বা একাডেমিক চেক্টৰেই হব পাৰে !!হয়তো দেউতা -মাক বুজাই  কনভিন্চ কৰাৰ ক্ষমতা ৰাখা নহলে প্রেমেই নকৰিবা ... কিছু  বছৰ প্রেম কৰি  শেষত এৰেঞ্জ মেৰিয়েজৰ  আগেয়ে প্রেমিকৰ আগত ভে ভে কৈ কান্দি কবা

 " মই তোমাকেই ভালপাওঁ কিন্তু মা -দেউতাৰ মতৰ বিৰুদ্ধে কিদৰে  যাও?"

আৰে মাইনা.. কেন্ডেল লাইট ডিনাৰ ডেট কৰাৰ সময়ত কি দেউতা মাক সুধি আহিছিলা ?... ... ...আৰু যিসকল ল'ৰাৰ ফেমিলি খুব কনজার্ভেটিভ, ৰিলিজিয়াচ, সিহতক কওঁ ... তুমি তো ভাই আগৰ পৰাই জানো যে তোমাৰ ফেমিলিয়ে অন্য জাতিৰ ছোৱালীক বিয়া কৰাব নকৰে  ... তেন্তে আগতে কিয় তাইক নকলা। তাৰ সলনি তাইক বিয়াৰ সময়ত কলা , "মোৰ ঘৰত নামানে "? তুমি আগেয়ে  জানিছিলা নে যে তোমাৰ ঘৰে নামানে। নে ইমান দিনে  শুই আছিলা? হিচাপ আছিল নে ?তোমাৰ দেউতা-মা যদি বিছাৰে সিহঁতৰ বোৱাৰী হাউচৱাইফ হৈয়েই থাকক, তেন্তে যিজনীয়ে হাউচৱাইফ হবলৈ বিছাৰে - তেনে ছোৱালীক পছন্দ কৰা !!যিজনী ছোৱালীয়ে তোমাক বাৰম্বাৰ কৈ থাকে "তাই নিজাকৈ কিবা কৰিব খোজে। তাইৰ সপোন আছে। জব কৰিব খোজে।  ... প্রেমৰ সময়ত তাইক কলা যে, "আৰে  সকলো  হব "কিন্তু বিয়াৰ  পিছত দেখিলে মাক দেউতাকে নিবিচাৰে বোৱাৰী জব কৰাটো  ... আৰু তোমাৰ পত্নীয়েও নিবিচাৰে হাউচৱাইফ হৈ ঘৰত থকাটো  ... তেতিয়া "মা ডাঙৰ নে  ঘৈনী ডাঙৰ" টাইপ মনোভাবেৰে চিনেমাৰ দৰে  নিজৰ জীৱনটো কম্প্লিকেটেড কৰাৰ  দৰকাৰ ?"

ইমান  হিচাপ কৰি প্ৰেম হয় নেকি? সকলো আবেগ" - এয়া এক বাজে যুক্তি ... দুনিয়াৰ সকলো কাম কাজ  হিচাপ  কৰি কৰিবলগীয়া হয় ... 'যি হয় হব' - বুলি আবেগত  গা উটুৱালে  নিজৰ লগতে আৰু আনৰো জীৱন নষ্ট হয় !!আবেগ থকাটো দোষ নহয়  ... আবেগেৰ সৈতে কমন চেন্স নথকাটো অবশ্যেই দোষ !!"

-মুচফিকুৰ ৰহমান

পোষ্টটো শ্বেয়াৰ কৰক। আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক ।

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

You may like these posts

  • ভাৰতত প্ৰথমখন বিলাতী ওৱাইন চপ First Wine Shop In India ভাৰতত মদ বা সুৰাৰ প্ৰচলন কেতিয়াৰ পৰা হয় সঠিক ভাবে জনা নাযায় যদিও প্ৰাচীন ৰজা মহাৰজা সকলৰ কাহিনীত বিশেষ আমোদ প্ৰমোদ বা সৈন…
  • Some Facts About Indian Flag In Assamese আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বিষয়ে এইবোৰ কথা আপুনি জানিছিল নে Independence Day Assamese Article About Indian Flag বন্ধুসকল এখন  দেশৰ…
  • Best Job Sites In Assam: Assam Career Latest Job In Assam Hey there, job seekers! Are you on the hunt for the perfect job in Assam? Well, you're in…
  • Hi, In this post you will get to know 7 National Parks in Assam with google map locations and facts about them. Assam is one of the seven sisters of India, located in…
  • Every assamese should know কাক কি বুলি জানো১) অগ্নিকবি : কমলাকান্ত ভট্রাচার্য২) অতিন্দ্রিয়বাদী কবি : নলিনীবালা দেৱী৩) অভিনয়াচার্য : ব্রজনাথ শর্মা৪) অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰ…
  • 15 Best Apps for Students in 2024 Hey folks! 🎓 If you're searching for the best apps for students , you've landed in the right place. In today's fastpaced academic envi…

Post a Comment